আজি দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণৰ জন্ম তিথি। চৰাইদেউ জিলাৰ সোণাৰি নাফুক গাওঁৰ নেপালী মন্দিৰৰ ভক্ত প্ৰানৰাইজে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰাৰ হেতুকে আদৰি আনিছে ৰাধা কৃষ্ণ মূৰ্তি । এই ৰাধা কৃষ্ণ মূৰ্তি ভাগ আজিৰ এই পবিত্র দিনত নাফুক গাৱঁৰ নিৱাসী পূৰ্ণ চেত্ৰীয়ে নেপালী মন্দিৰত আজি জন্মাষ্টমী উপলক্ষে ১৮ কেজি ওজনৰ পিতলৰ ৰাধা কৃষ্ণ মুৰ্তি মন্দিৰলৈ আগবঢ়াই। আৰু ভক্ত প্ৰাণ ৰাইজে আজি জন্মাষ্টমীৰ উপল্লখে নিশা ভাগলৈ হৰি কীৰ্তন কৰিবলৈ দিনৰ ভাগতে ৰাধা কৃষ্ণ মূৰ্তি ভাগ আদৰি আনি স্থাপন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NCP Crisis: आडवाणी-जोशी बनिए...चाचा को अजित की सलाह, पवार का पलटवार- तुम तो खोटा सिक्का निकले
नई दिल्ली, महाराष्ट्र की राजनीति ने 5 जुलाई (बुधवार) को नई करवट ले ली है। राष्ट्रवादी...
মৰাণ চেপনত গাড়ীসহ কেইবা শ কুইন্টল চুৰাং চৰকাৰী চাউল জব্দ কৰিলে আৰক্ষীয়ে
মৰাণ চেপনত গাড়ীসহ কেইবা শ কুইন্টল চুৰাং চৰকাৰী চাউল জব্দ কৰিলে আৰক্ষীয়ে
ડીસાની નવજીવન બી એડ કોલેજ ખાતે દિપોત્સવી પર્વ ની ઉજવણી કરવામાં આવી
ડીસાની નવજીવન બી એડ કોલેજ ખાતે દિપોત્સવી પર્વ ની ઉજવણી કરવામાં આવી
GIFT Nifty Today | Global Cues |US Futures से कैसे संकेत मिल रहे है? Share Market की Pitch Report
GIFT Nifty Today | Global Cues |US Futures से कैसे संकेत मिल रहे है? Share Market की Pitch Report
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC
US Market Rally | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा? | Business News | CNBC