দেওমৰনৈৰ শিয়ালা বৈষ্ণৱ সত্ৰত ভিৰ অগণন ভক্তৰ।

পৱিত্ৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ছিপাঝাৰৰ সত্ৰ, নামঘৰ সমূহত পালন কৰিছে ভগৱান শ্ৰী কৃষ্ণৰ জন্মোৎসৱ।

 ছিপাঝাৰ দেওমৰনৈৰ শ্ৰী শ্ৰী শিয়ালা বৈষ্ণৱ সত্ৰত শ্ৰীকৃষ্ণৰ জন্ম দিন উপলক্ষে সত্ৰত ৰাতিপুৱাৰ ভাগৰে পৰা সমাগম হৈছে অগণন ভক্তৰ। দশম- একাদশ শতিকাতে স্থাপিত সত্ৰখনত শ্ৰী কৃষ্ণৰ জন্মোৎসৱ উপলক্ষে ধূপ ,চাকি,ধূনাৰে ভগৱানৰ শ্ৰী চৰণত আশীৰ্বাদ বিচাৰিছে অগণন ভক্তই ।