অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ বাবে হিন্দী ভাষাৰ প্ৰশ্নকাকত ব্যৱহাৰ সিদ্ধান্তৰ সন্দৰ্ভত টাই আহোম যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ প্ৰতিক্ৰিয়া ।