আজি পহিলা ভাদ | নাম প্ৰসংগৰে মুখৰিত শ্ৰী শ্ৰী নিত্যানন্দথান |

আজি পহিলা ভাদ | নাম প্ৰসংগৰে মুখৰিত ৰাজ্যৰ আকাশ-বতাহ | ১৬৫২ খ্ৰষ্টাব্দতে প্ৰতিষ্ঠিত শিৱসাগৰৰ কাথপাৰ স্থিত ঐতিহাসিক তথা ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নিত্যানন্দ থানত আজিৰে পৰা আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক ভাদমহীয়া নাম-প্ৰসংগ | আজি প্ৰথম দিনা কাৰ্য্যসুচী হিচাপে বাহিৰ কৰা হৈছে ধৰ্মীৰ নাম-প্ৰসংগৰ শোভাযাত্ৰা | এতিয়া  ভক্তিৰসত বুৰ গৈছে স্থানীয় ৰাইজ |