চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিযুক্তি, উদ্যমীতা আৰু পৰ্যটন আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মৰিগাঁও জিলাত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ পৰা জল জীৱন মিচনৰ অধীনত ৰূপায়ন হোৱা আঁচনি সমূহৰ অগ্ৰগতিৰ খতিয়ান লয় আৰু উক্ত আঁচনি সমূহ যাতে ভালদৰে কাৰ্যকৰী কৰা হয় তাৰ প্ৰতি সচেষ্ট হবলৈ সংস্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশনা দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলা দক্ষতা সমিতিৰ লগতো পৃথকে অন্য এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ জিলাখনৰ বাবে প্ৰয়োজনীয় আৰু সম্ভাৱনা থকা চাহিদা ভিত্তিত বিভিন্ন উদ্যমী সৃষ্টি তথা কৰ্মসংস্থাপন সৃষ্টিৰে লোকসকলক স্ব-নিয়োজিত কৰাৰ বাবে প্ৰশিক্ষণ দিয়াত গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে | উক্ত দুখন সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক আৰু অসম ভৈয়াম জনজাতি উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, মৰিগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ক্ষিতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত আদিত্য গগৈ, নগাঁও জনস্বাস্থ্য কাৰিকৰী চক্ৰৰ অধীক্ষক অভিযন্তা, জনস্বাস্থ্য কাৰিকৰী মৰিগাঁও আৰু ধিং সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল, ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ তথা জিলা দক্ষতা সমিতিৰ সদস্য সচিৱ প্ৰাংশুমান দাস, দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰকল্প বিষয়া অংকুৰ দাস আৰু অন্যান্য সদস্য সকলো উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Apple जल्द ला सकता है सिम कार्ड सपोर्ट वाले नए Mac, नहीं पड़ेगी Wi-Fi की जरूरत
एपल अपना खुद का सेलुलर मॉडेम डेवलप कर रहा है। इस मॉडेम का इस्तेमाल कंपनी के मैक लाइनअप और दूसरे...
শিৱসাগৰৰ চুকাফা সভাকক্ষত জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ পৰ্য্যালোচনা সভা।
শিৱসাগৰৰ চুকাফা সভাকক্ষত অনুষ্ঠিত হোৱা জিলা শিশু কল্যাণ আৰু সুৰক্ষা সমিতিৰ পৰ্য্যালোচনা সভাত...
Gujarat weather Forecast : ગુજરાતમાં આજથી 5 દિવસ રહેશે સામાન્ય વરસાદ | Rainfall Update
Gujarat weather Forecast : ગુજરાતમાં આજથી 5 દિવસ રહેશે સામાન્ય વરસાદ | Rainfall Update
Tech News :- Xiaomi 13 Ultra: बाजार में जल्द लॉन्च होगा 4 कैमरे वाला शाओमी का ये धांसू फोन, 1% बैटरी पर चलेगा 60 मिनट
Xiaomi 13 Ultra शाओमी बहुत जल्द Xiaomi 13 Ultra को यूरोपीय बाजार में पेश कर सकता है। यूरोप में...