জীৱনত "মানুহ" হোৱাৰ পাঠ লাভ কৰা অসমৰ উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ দিনটোত শিক্ষাৰ মন্দিৰ খনত ওখল মাখল পৰিবেশ। দৰঙিয়ান হিচাপে আজি সকলো ছাত্ৰ-ছাত্ৰী লগতে শিক্ষয়- শিক্ষয়িত্ৰী গৌৰৱান্বিত।গীতে মাতে মুখৰিত মহাবিদ্যালয়ৰ চৌহদ। আজি প্ৰতিষ্ঠা দিৱসৰ দিনটোত দৰং মহাবিদ্যালয় খনক বিশ্ববিদ্যালয়ৰ পয্যায়লৈ উন্নত কৰিবলৈ দাবী জনাইছে। আজি ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ে ৭৮ সংখ্যক গৌৰৱ উজ্বল বৰ্ষত ঊপনীত হ'ল। সেয়েহে আজি দৰং মহাবিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰ লগতে এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। বৃক্ষৰোপন কৰে কাজিৰঙা বনাঞ্চলৰ বন বিষয়া ৰমেশ গগৈয়ে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সম্বধনা অনুষ্ঠান আৰু নৃত্য গীতৰ অনুষ্ঠানো অনুষ্ঠিত হয় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
#বন বিভাগৰ পৰা ১৫ দিনৰ সময় সীমা#এবিএমছুৰ প্ৰতিবাদৰে স্তব্ধ কৰি দিয়াৰ হুংকাৰ বিটিআৰৰ ৰাজপথ
#বন বিভাগৰ পৰা ১৫ দিনৰ সময় সীমা#এবিএমছুৰ প্ৰতিবাদৰে স্তব্ধ কৰি দিয়াৰ হুংকাৰ বিটিআৰৰ ৰাজপথ
लंपी रोगाचा प्रादुर्भाव पाहता शहरातील मोकाट जनावरे (वराह) बंदोबस्त करा.
विविध संघटनांचे जिंतूर तहसीलदारांना निवेदन*
सध्या सर्वत्र लम्पी चर्मरोगाचा प्रदुर्भाव...
यातायात शाखा के कार्यालय में स्पेक्टिकल कोबरा का एक्सपर्ट युधिष्ठिर मीणा ने किया रेस्क्यू
यातायात शाखा के कार्यालय में स्पेक्टिकल कोबरा का एक्सपर्ट युधिष्ठिर मीना ने रेस्क्यू किया ...
વલસાડમાં ધારાસભ્ય અને પોલીસ વચ્ચે બબાલ #valsad
વલસાડમાં ધારાસભ્ય અને પોલીસ વચ્ચે બબાલ #valsad
अंग भंग हुआ रावण, बड़ा हादसा टला
कोटा में 131वे राष्ट्रीय दशहरा मेला में शुभ मुहर्त पर रावण दहन से पूर्व रावण का पुतला खड़ा करते...