মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী।

মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী। চৰাইদেউ জিলাৰ সাপেখাতি চাৰিআলিত ৰূপায়ন কৰা হয় এই কাৰ্যসূচী।