ৰহা আঞ্চলিক ছাত্ৰ সন্থাই অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন ত মাতৃভূমিৰ বাবে নিজৰ প্ৰাণৰ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ স্মৃতি ত প্ৰত্যেক বৰ্ষৰ ১মাৰ্চত স্থানীয় শ্বহীদ দিৱস পালন কৰি অহাৰ সমান্তৰালকৈ আজি ১ মাৰ্চ শ্বহীদ দিৱস ত পূবা দিঘলদৰীত ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতিই পতাকা উওোলন, সম্পাদক ভাৰত বৰুৱাই শ্বহীদ তৰ্পন কৰি বীৰ শ্বহীদ সকলক স্মৰণ কৰাৰ লগতে বীৰ শ্বহীদ সকলৰল পৰিয়ালক সম্বৰ্ধনা জনোৱা হয়।শ্বহীদ দিৱস উপলক্ষে প্ৰাক্তন ছাত্ৰ নেতা বিনয় নাথ,প্ৰকাশ দাস,ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ আকাশ দাস সহ স্থানীয় ৰাইজ আৰু শ্বহীদ পৰিয়াল পৰিয়াল বৰ্গ উপস্থিত থকাৰ লগতে সন্ধ্যা ৰহা বজাৰ স্থিত শ্বহীদ বেদী,চাপৰমুখ স্থিত শ্বহীদ বেদী, ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰহা মহাবিদ্যালয় স্থিত শ্বহীদ বেদী ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
খোৱাং মহাবিদ্যালয় ছাত্র একতা সভাৰ সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত প্রাৰ্থীৰ বৃহৎ জয়লাভ
খোৱাং মহাবিদ্যালয় ছাত্র একতা সভাৰ সদৌ অসম ছাত্র সন্থাৰ সমৰ্থিত প্রাৰ্থীৰ বৃহৎ জয়লাভ
খোৱাং...
Ajit Pawar यांच्या कार्यक्रमात लाईट जातात तेव्हा | Sharad Pawar | NCP
Ajit Pawar यांच्या कार्यक्रमात लाईट जातात तेव्हा | Sharad Pawar | NCP
एनएसयूआई ने उठाई समस्याओं के समाधान की मांग प्राचार्य को सोपा ज्ञापन
बुंफी एनएसयूआई ने राजकीय स्नातकोत्तर महाविद्यालय में शैक्षणिक समस्याओं के समाधान की मांग उठाई है।...
બોટાદ ખાતે આવેલ મસ્તરામજી મહારાજના મંદિરે મહાદેવજીની મહાઆરતીના દર્શનવંદનના લાભ માટે લોકોની ભીડ જામી
બોટાદ ખાતે આવેલ મસ્તરામજી મહારાજના મંદિરે મહાદેવજીની મહાઆરતીના દર્શનવંદનના લાભ માટે લોકોની ભીડ જામી
कौन था DB Cooper, पैसा लेकर प्लेन से कूदा, और आज तक नहीं मिला! | Tarikh E653
कौन था DB Cooper, पैसा लेकर प्लेन से कूदा, और आज तक नहीं मिला! | Tarikh E653