নিবনুৱা সমস্যাই বৰ্তমানৰ যুৱ সমাজক বিভ্ৰান্ত কৰি তোলাৰ সময়তে কৃষি কাৰ্য্যৰ জৰিয়তে নিজকে আগুৱাই নিয়াৰ সপোন এজাক ডেকা লৰাৰ।চৰকাৰৰ গ্ৰাম্য স্ব নিয়োজন প্ৰশিক্ষণ কেন্দ্ৰ,কুমাৰীকাটাত জিলা খনৰ অভিজ্ঞ আৰু কৃষি বিজ্ঞানী সকলে দিয়া প্ৰশিক্ষণত কুমাৰীকাটা বিভিন্ন গাঁওৰ যুৱকৰ দলে কৰিছে অংশগ্ৰহণ। কৰ্মৰ লগতে, হাঁহ-কুকুৰা পালন আৰু বহুতো দিশত দিয়া ১৩ দিনীয়া এই প্ৰশিক্ষণ অনুষ্ঠান সামৰণি পৰাত মানপত্ৰ আৰু ভৱিষ্যত দিশটোক পৰিচালনা কৰাৰ বাবে তৎপৰ হৈছে সঞ্চালক ৰবিৰাম বড়োই।উল্লেখ যে, কৃষি কাৰ্যৰ লগতে, হাঁহ কুকুৰা পালন, গাহৰি পালন আদি বিভিন্ন দিশৰ ওপৰত কেন্দ্ৰটোত দীৰ্ঘ দিনে নিবনুৱা লোক সকলক দি অহা হৈছে প্ৰশিক্ষণ। প্ৰশিক্ষণৰ সময়তেই বেংকৰ পৰা লোণ লোৱাৰো ব্যৱস্থা কৰি দিছে প্ৰতিষ্ঠানটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উদয়পুৰ পঞ্চায়তত সাংগাঠনিক সভাত প্ৰভাৰী হিচাপে উপস্থিত থাকে মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত উদয়পুৰ পঞ্চায়তত আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কত বিজেপি...
पार्टीजनों को सौंपी जिम्मेदारी आजमगढ़ में, करेंगे जनसभा पीएम।
आजमगढ़ जनपद में,प्रधानमंत्री नरेन्द्र मोदी की 10 मार्च को मंदुरी में होने, वाली जनसभा को लेकर...
સાગતાળા પોલીસ દ્વારા કેળકુવા ગામેથી વિદેશી દારૂ જપ્ત કરવામાં આવ્યું
સાગતાળા પોલીસ દ્વારા કેળકુવા ગામેથી વિદેશી દારૂ જપ્ત કરવામાં આવ્યું
SURENDRANAGAR : જૈન એલર્ટ ગ્રુપની સરાહનીય કામગીરી
SURENDRANAGAR : જૈન એલર્ટ ગ્રુપની સરાહનીય કામગીરી
সোণাৰি মহাবিদ্যালয়ৰ উপাধ্যক্ষক বিদায় সম্ভাষণ
সোণাৰি মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ দিলীপ ৰঞ্জন বৰুৱাক আজি আনুষ্ঠানিক ভাৱে...