হোজাইত পুৱাই বনৰীয়া হাতীৰ মুক্ত বিচৰন।থেপেলাগুৰি অঞ্চলৰ মূল পথত দুঘণ্টাতকৈ অধিক বনৰীয়া হাতীয়ে মুক্ত বিচৰন কৰি থকাত আতংকিত হৈ পৰে পথচাৰী।হাতীয়ে পথছোৱাত অৱস্থান কৰাত বহু সময় উক্ত পথৰে ৰাইজৰ যাতায়ত বন্ধ হৈ পৰে ।পৰৱৰ্তী সময়ত ফটকা ফুটাই বনাঞ্চললৈ খেদি পঠিয়াই হাতীটোক।