ৰহা আঞ্চলিক শিল্পী কানন,সমাজ, সাংস্কৃতিক অনুষ্ঠান ভূমি আৰু মা বসুন্ধৰী শাখা নাট্য সন্মিলনৰ যৌথ উদ্যোগত আজি সন্ধ্যা ৬বজাত ৰহা আঞ্চলিক সাংবাদিক সন্থাৰ কাৰ্য্যালয়ত ৰহা আঞ্চলিক শিল্পী কাননৰ উপ সভাপতি ৰাতুল ৰাজবংশীয়ে আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সামজ, সাংস্কৃতিক অনুষ্ঠান ভূমিৰ উপদেষ্টা দিগন্ত ভূঞা আৰু অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে সদ্য প্ৰয়াত ৰজত কমল বঁটা প্ৰাপক, বিশিষ্ট নাট্যকাৰ,অভিনেতা অৰুপ বৰঠাকুৰৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে অনুষ্ঠানত উপস্থিত ৰহা আঞ্চলিক শিল্পী কানন ৰ সম্পাদক ভাস্কৰ পাতৰ, কাৰ্য্যকৰী সভাপতি পংকজ বৰদলৈ, সাংগঠনিক সম্পাদক ইন্দ্ৰ মোহন দাস,প্ৰচাৰ সম্পাদক চয়েল খেতান, সহ প্ৰচাৰ সম্পাদক নৱজ্যোতি ভূঞা,সমাজ সাংস্কৃতিক অনুষ্ঠান ভূমিৰ সম্পাদক সঞ্জীৱ কুমাৰ বৰাই প্ৰয়াত অৰুপ বৰঠাকুৰ ক শ্ৰদ্ধাঞ্জলি অৰ্পন কৰাৰ লগতে বিদেহী আত্মা চিৰ শান্তি ৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।লগতে অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাস আৰু সমাজ সাংস্কৃতিক অনুষ্ঠান ভূমিৰ সম্পাদক সঞ্জীৱ কুমাৰ বৰাই বিশিষ্ট নাট্যকাৰ অৰুপ বৰঠাকুৰৰ সমাজ,নাট্য আৰু সাংস্কৃতিক ক্ষেত্ৰত দি যোৱা অবদানৰ ওপৰত বক্তব্য আগবঢ়াই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত দৃশ্যপট, শিৱসাগৰৰ দ্বাৰা "বিশ্ব ৰক্তদান দিৱস" উদ্যাপন
শিৱসাগৰঃ---শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক সংস্থা "দৃশ্যপট শিৱসাগৰ'ৰ" উদ্যোগত বিগত বৰ্ষৰ...
અમદાવાદમાં ઘોડાસર વિસ્તારમાં અદાણી ગેસ લાઈનમાં ગેસ લીકેજ થતાં લાગી આગ live...! post #allindiavoice
અમદાવાદમાં ઘોડાસર વિસ્તારમાં અદાણી ગેસ લાઈનમાં ગેસ લીકેજ થતાં લાગી આગ live...! post #allindiavoice
नही रहे रोहा बालिका हाईस्कूल के सह शिक्षक निर्मल नाथ विद्यार्थियों, सतीर्थ शिक्षकों ने दी भावभीनी श्रद्धांजलि
रोहा क्षेत्र के अंतर्गत दिघलदरी निवासी तथा रोहा बालिका हाईस्कूल के सह शिक्षक निर्मल चंद्र नाथ की...
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks