যোবা ৩১ আগষ্টত নগাঁও কাৰাটে এচোছিয়চনৰ উদ্যোগত অনুষ্ঠিত হোবা 5th Nagaon district Inter club karate championship 2025ত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ ৩১জন ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰি কাটা আৰু কোমিটেত ১৬টা স্বৰ্ন,১৩টা চিল্ভাৰ আৰু ৯টা ব্ৰোঞ্জ পদক সহ ৩৮টা পদক লবলৈ সক্ষম হোবাৰ লগতে প্ৰতিযোগিতাত ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবে দ্বিতীয় স্থান পাবলৈ সক্ষম হৈ নগাঁও জিলা ৰ লগতে ৰহালৈ গৌৰৱ কঢিয়াই আনিলে আৰু Zonel কাৰাটে প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়।
ৰহা বৌদ্ধিধৰ্মা কাৰাটে ক্লাবৰ ৩১জন ছাত্ৰ ছাত্ৰী য়ে ৩৮টা পদক আৰু ক্লাবে দ্বিতীয় স্থান পোবাত উৎফুল্লিত হৈ পৰে ক্লাবৰ ছাত্ৰ ছাত্ৰী, অবিভাবক,অবিভাবকা আৰু বিষয় ববীয়া।