পানীয়ে প্ৰাণীৰ প্ৰাণ কিন্তু এই পানীয়ে হৈ পৰিব পাৰে আপোনাৰ বাবে বিপদজনক । দৈনন্দিন জীৱনত আমি পানী নহলে চলিব নোৱাৰো,কিন্তু এই পানী আমি কেনেকৈ খাওঁ বা কিহত খাওঁ ???

আমি পানী খাবলৈ ব্যৱহাৰ কৰো প্ৰায় প্লাষ্টিকৰ বটল এই প্লাষ্টিকৰ বটল ব্যৱহাৰৰ পৰাই আমাৰ হব পাৰে কেঞ্চাৰ কিন্তু কেনেকৈ ??

আমি ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটল যিটো factoryt বনোৱা হয় তাত সেই প্লাষ্টিকৰ বটলটো ত BPA অৰ্থাৎ Bisphonel A নামৰ কেমিকেল এটা ব্যৱহাৰ হয় । সেই কেমিকেল আমাৰ ভিতৰত গলে আমাৰ হব পাৰে কেঞ্চাৰ(cancer) । ফেক্টৰীৰ পৰা পানীৰ বটল গাড়ীৰে আনি থাকোঁতে ৰদত গৰমত প্লাষ্টিক তো গৰম হৈ সেই পানীৰ লগত  BPA নামৰ কেমিকেল মিহলি হৈ যায় আৰু সেই পানী আমি সেৱন কৰাৰ পিছত আমাৰ ভিতৰলৈ যোৱাৰ পিছত আমি কেঞ্চাৰ ৰোগত আক্ৰান্ত হব পাৰো ।

গতিকে যিমান পাৰোঁ প্লাষ্টিক ব্যৱহাৰৰ পৰা দূৰত থাকি কেঞ্চাৰ ৰোগৰ পৰা আঁতৰত থাকক !!!