আজি বিশ্ববৰন্য,সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকা ৰ ওপজা দিন উপলক্ষে পুবাৰ পৰা ৰহা সমজিলা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠন ৰ দ্বাৰা বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত কৰি সুধাকন্ঠক স্মৰণ কৰাৰ সমান্তৰালকৈ বিয়লী ৫বজাৰ পৰা ৰহা সাৰ্বজনীন দূৰ্গা মন্দিৰ প্ৰাংগনত শিক্ষিত যুৱক সকলৰ দ্বাৰা স্থাপিত সাংস্কৃতিক, সামাজিক অনুষ্ঠান সুবাস ৰ বাকৰিত সুবাসৰ যুৱক সকলৰ দ্বাৰা চিত্ৰশিল্পী নিৰুপম কলিতাৰ দ্বাৰা অংকিত সুধাকন্ঠৰ প্ৰতিচ্ছবি ৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৰণ কৰাৰ লগতে সুবাসৰ যুৱক সকলে সুধাকন্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে সহ কেইবাটাও গীত পৰিবেশন কৰি মুখৰিত কৰি তুলে সুবাসৰ বাকৰি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ढकुआखाना में जब्त मादक पदार्थ - एक व्यक्ति गिरफ्तार
राज्य में नशा विरोधी अभियान जारी है. आपको छिपने से बचाया गया है। आज ढाकुआखाना मेन टाउन...
Breaking News: JDU अध्यक्ष ललन सिंह का विवादित बयान, कहा- BJP पर थूकने भी नहीं जाएंगे CM Nitish
Breaking News: JDU अध्यक्ष ललन सिंह का विवादित बयान, कहा- BJP पर थूकने भी नहीं जाएंगे CM Nitish
Manish Sisodia Bail News: मनीष सिसोदिया के वकील ने बताया कैसे मिली जमानत? | Aaj Tak
Manish Sisodia Bail News: मनीष सिसोदिया के वकील ने बताया कैसे मिली जमानत? | Aaj Tak
જેતપુર ના દેરડી ધાર મા શ્વાન નો ત્રાસ જોવા મળ્યો
જેતપુર ના દેરડી ધાર મા શ્વાન નો ત્રાસ જોવા મળ્યો