আজি জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰ ৪৫৭সংখ্যক তিৰোভাৱ তিথি, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সমস্ত ক্ষেত্ৰ নাম কীৰ্তনেৰে ভক্তিময় হৈ পৰে।
শ্ৰীমন্ত শংকৰদেৱৰ তিথি উপলক্ষে আজি ৰহাৰ বিভিন্ন সত্ৰ নামঘৰৰ লগতে ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ, ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ লগতে বিভিন্ন বিদ্যালয় ত শিক্ষক শিক্ষয়ত্ৰী ছাত্ৰ ছাত্ৰীয়ে গুৰু জনাক স্মৰণ কৰাৰ লগতে সমস্ত ক্ষেত্ৰ নাম কীৰ্তনৰে ভক্তিময় কৰি তুলে।লগতে মহাপ্ৰসাদৰ বিতৰন কৰা হয়।