শিশু ৰ সৰ্বাংগীন বিকাশ সাধনৰ বাবে বৰ্ষ ১৯৯৪ত স্থাপিত ব্যক্তিক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় সমিতি ৰহাৰ ঔগুৰি শাখাৰ পুৰনি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।

      অকণিৰ কবিতা ঘৰ অসম কেন্দ্ৰীয় ৰহাৰ প্ৰধান পৰিচালক, শিশুপ্ৰিয়,চিত্ৰশিল্পী অবনী কুমাৰ শইকীয়াৰ উপস্থিতিত তথা বৰ্নালী সেনাপতি ৰ সভাপতিত্বত আৰু আৰতি সেনাপতি ৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত হোবা সমিতি গঠন সভাত পুৰনি সমিতি ভংগ কৰি সৰ্বস্মতিত বৰ্নালী সেনাপতি ক মুখ্য পৰিচালিকা,অনুপমা সেনাপতিক সভানেত্ৰী, আৰতি সেনাপতি ক সম্পাদিকা,জ্যোতিকা পাটৰ সেনাপতি, প্ৰনব জ্যোতি পাটৰ,জানমনি পাটৰক উপদেষ্টা, সৰলা ডেকা সেনাপতিক সাংস্কৃতিক সম্পাদিকা আৰু ৰম্ভা সেনাপতি, ভানু সেনাপতি,দিপশিক্ষা সেনাপতি,প্লাবিতা সেনাপতি,বিনয়া সেনাপতি ক সদস্যা হিচাপে কবিতা ঘৰৰ ঔগুৰি শাখাৰ নতুন সমিতি গঠন কৰা হয়।