হোজাইত দিন দুপৰতে মুক্ত বিচৰন বনৰীয়া হাতীৰ বৃহৎ এটা জাকৰ।দীঘলবালি অঞ্চলৰ মুকলি স্থানত হাতীৰ বৃহৎ জাকে মুক্ত বিচৰন কৰাত আতংকিত হৈ পৰে গঞা ৰাইজ।মুঠৰ ওপৰত দিনৰ পোহৰতে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি মুক্তস্থানত বিচৰন কৰে হাতীৰ জাকটোৱে।ইয়াৰ পিছত আন্ধাৰ হোৱাৰ লগে লগে ঘৰে ঘৰে প্ৰৱেশ কৰি হাতীয়ে তাণ্ডৱ চলাই যদিও হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হোৱা দেখা যায় হোজাই বন বিভাগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
30 हजार की बजट में आते हैं ये 4K Smart TVs, डॉल्बी ऑडियो के साथ मिलती है जबरदस्त पिक्चर क्वालिटी
4k Smart TVs under 30000 एंड्रॉइड पॉवर्ड स्मार्ट टीवी आजकल बजट रेंज में भी खरीदने के लिए उपलब्ध...
Lok Sabha Election 2024: Wayanad में Rahul Gandhi ने किया रोड शो, उमड़ी जबरदस्त भीड़
Lok Sabha Election 2024: Wayanad में Rahul Gandhi ने किया रोड शो, उमड़ी जबरदस्त भीड़
અંબાજી નજીક ગબ્બર ખાતે આગ લાગવાની ઘટના બની
અંબાજી નજીક ગબ્બર ખાતે આગ લાગવાની ઘટના બની
প্ৰচণ্ড গৰমে দহিছে ৰাইজক,এ পি ডি চি এলৰ লোডচিদিংত অতিষ্ঠ উপভোক্তা
ৰাজ্যত সুৰ্য্য দেৱতাৰ প্ৰচণ্ড উত্তাপ৷গৰমে দহিছে ৰাইজক৷অকনমাণ বতাহ বিচাৰি গছৰ তলত ৰাইজে বোন্দাপৰ...