সদৌ অসম ছাত্ৰ সন্থা ৰ ৰহা আঞ্চলিক সমিতিৰ ৫০ জনীয়া গুইমাৰী শাখা সমিতি গঠন কৰা হয়।
আজি ৭১নং গুইমাৰী প্ৰাৰ্থমিক বিদ্যালয় ত নগাঁও জিলা ছাত্ৰ সন্থা ৰ উপ সভাপতি সঞ্জয় কুমাৰ কাকতি, ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সম্পাদক ভাৰত বৰুৱা ৰ উপস্থিতিত সৰ্বস্মতিত সোনমনী দাসক সভাপতি,তুষাৰ দেউৰীক সাধাৰন সম্পাদক, ৰুমী দেউৰী,কুঞ্জলতা দেউৰী, মৃনাল বৰা,সৌৰভজ্যোতি দাস,সিদ্ধাৰ্থ দেউৰী ক উপ সভাপতি, ধীৰাজ কুমাৰ বৰা, ৰঞ্জিত ৰাজবংশী আৰু সুৰুজ বৰদলৈক সহ সম্পাদক হিচাপে লৈ ৫০জনীয়া গুইমাৰী শাখা ছাত্ৰ সন্থা সমিতি গঠন কৰা হয়।