হোজাইত বনৰীয়া হাতীৰ তাণ্ডৱ।

ঠেপেলাগুৰি অঞ্চলত তাণ্ডৱ হাতী জাকৰ।।

ধান খেতিত অৱস্থান তিনিটা হাতীৰ।

গৃহস্থৰ চোতালতো খাদ্য বিচাৰি প্ৰবেশ হাতীৰ।

হাতীৰ বিচৰনত আতংকিত গৃহস্থ।