ৰহা নিবাসী তথা নগাঁও জিলা হেণ্ডবল সন্থাৰ সম্পাদক, সদৌ অসম হেণ্ডবল সন্থাৰ কাৰ্য্যকৰী সদস্য সূধন্য কুমাৰ সেনাপতি ক ক্ৰীড়া জগতৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত দি অহা অবদানৰ বাবে আজি গুৱাহাটী ত অনুষ্ঠিত সদৌ অসম সাংবাদিক মঞ্চ ৰ সতীৰ্থ সন্মিলন,বঁটা বিতৰন অনুষ্ঠান ত বিশিষ্ট সমাজকৰ্মী ৰ বঁটা প্ৰদান কৰা হয়।

      সমাজকৰ্মী সেনাপতি ক বঁটা প্ৰদান কৰাৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শুভেচ্ছা জনাই।