দৰঙ জিলাত পুনৰ কোভিডত আক্ৰান্ত হৈছে কেইবাজনো লোক। দৰং জিলা স্বাস্থ্য বিভাগে জনোৱা মতে দৰঙত ৮ জন লোকৰ শৰীৰত ধৰা পৰে কোভিড উপস্থিতি।