ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ত অহাকালি পূৱা ১০.৩০বজাৰ পৰা নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাব আৰু নগাঁও গ্ৰেটাৰ চেৰিটেবল ট্ৰাষ্টৰ মনৰ কথা অলপ শুনো অলপ বুজো শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত হব।

     কৈশোৰ কালৰ মানসিক স্বাস্থ্য সজাগতা আৰু মত বিনিময় অনুষ্ঠান ত বক্তা ৰুপে লায়ন ডা: আকাশী হাজৰিকা উপস্থিত থাকি পৰামৰ্শ আগবঢ়াব বুলি উদ্যোক্তা সকলে জানিব দিয়ে।