১মে শ্ৰমিক দিৱস ত ডুগডগী ফাউণ্ডেচনৰ উদ্যোগত শ্ৰমিক সকলক সম্বৰ্ধনা জনোৱা হয়।
ডুগডুগী ফাউণ্ডেচনৰ স্বতাধিকাৰী তথা যুৱ সমাজকৰ্মী উৎপল বনিয়াই প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষও ১০জন শ্ৰমিক সকলক এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা ৰ লগতে উপহাৰ ৰুপে এখন এখন ছাতি প্ৰদান কৰে।লগতে সাংবাদিক সকলকো এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উপহাৰ ৰুপে এখন এখন ৰেনকোট প্ৰদান কৰে।