আজি মৰাণহাটৰ নৱ গঠিত "জ্যোতিপুৰ সাংস্কৃতিক মঞ্চ"ই দুই বহাগৰ পৰা মহিলা বিহুদলে অঞ্চলটোৰ কেইবা ঘৰটো মহিলাৰ হুচৰি তথা বিহু পৰিবেশন।কৰে। প্ৰথমতে তেওঁলোকে নামঘৰত এখনি শৰাই আগবঢ়াইবছৰটোৰ কাৰণে সকলোৰে কুশল-মঙ্গল কামনা কৰি প্ৰাৰ্থনা কৰাৰ অন্তত প্ৰসাদ বিতৰণ কৰি মঞ্চৰ সকলো সদস্যাৰ সৈতে বিহুৰ জলপান গ্ৰহন কৰি হুচৰি পৰিবেশনৰ কাৰণে ওলাই যায় । এই মহিলাৰ দলটো ২০বছৰ বয়সৰ পৰা আৰম্ভ কৰি ৭৮ বৰ্ষীয় মহিলাৰে গঠিত।এই দলটোত কলেজৰ প্ৰাক্তন অধ্যক্ষা , অৱসৰ প্ৰাপ্ত অধ্যাপিকা, অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী আৰু অঞ্চল টোৰ অগ্ৰনী মহিলাৰে আদিৰে গঠন কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজি পানবাৰী হাবি গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰে বিধায়ক শ্ৰীযুত দুৰ্গাদাস বড়োই
কলাইগাও উন্নয়ন খণ্ডৰ অন্তৰ্গত পানবাৰীত ৰাইজৰ সৈতে মতবিনিময় কৰিলে বিধায়ক দুৰ্গাদাস বড়োই
EICMA 2023: 2024 KTM 990 Duke से उठा पर्दा, जबरदस्त इंजन के साथ इन फीचर्स से लैस है ये लीटर क्लास बाइक
KTM ने EICMA 2023 में All New 990 Duke को पेश कर दिया है। इसका मुकाबला अन्य लीटर-क्लास नेकेड...
সোণাৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
সোণাৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
চৰাইদেউ জিলাৰ সোণাৰি গাঁও...
આજ વીરપુર ખાતે હજરત મહેમુદ દરિયા દુલ્હા ના ઉર્ષ નો આરંભ હજારો લોકો સામેલ
ખેડા જિલ્લાના શેનસાહ ગણાતા હજરત ખ્વાજા મહેમુદ દરિયા દુલ્હા ના 503 માં ઉર્ષ નું આજ થી આરંભ વીરપુર...