নলবাৰী প্ৰাক্তন বিধায়ক তথা অসম বৃক্ষৰোপণ আৰু শষ্য উন্নয়ন নিগমৰ অধ্যক্ষ অশোক শৰ্মা সহ ছজনীয়া দলটোৰ চাইকেল যাত্ৰাৰ আজি সামৰণি পৰে৷উল্লেখ্য যে যোৱা ১৩ আগষ্টত শৰ্মাই গুৱাহাটী এ পি ডি চি এলৰ কাৰ্য্যালয়ৰ পৰা শিৱসাগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছিল৷তেওঁৰ যাত্ৰাৰ শুভাৰম্ভণি কৰিছিল মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷আজি তেওঁ ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ বাকৰিত উপস্থিত হয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PI નો વિદાય સમારોહ યોજાયો DCP,PI એ પ્રતિક્રિયા આપી
PI નો વિદાય સમારોહ યોજાયો DCP,PI એ પ્રતિક્રિયા આપી
हरवलेली मनशांती मिळविण्यासाठी पिरॅमिडचा वापर करावा । पिरॅमिड म्हणजे काय ? । पिरॅमिड शास्त्र
हरवलेली मनशांती मिळविण्यासाठी पिरॅमिडचा वापर करावा । पिरॅमिड म्हणजे काय ? । पिरॅमिड शास्त्र
Breaking News: JDU अध्यक्ष ललन सिंह का विवादित बयान, कहा- BJP पर थूकने भी नहीं जाएंगे CM Nitish
Breaking News: JDU अध्यक्ष ललन सिंह का विवादित बयान, कहा- BJP पर थूकने भी नहीं जाएंगे CM Nitish