CAA আন্দোলন ৰোধ কৰাৰ চেষ্টা আৰু AJYCP ৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক গ্ৰেপ্তাৰ কৰি গণতান্ত্ৰিক আন্দোলন ৰোধ কৰা প্ৰচেষ্টা কাৰ্যক অসম চৰকাৰক ধিক্কাৰ আছুৰ। আছুৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাই পলাশ চাংমাইক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দি কয় যে অসমৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ হকে মাত মাতিবলৈ যাওঁতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰাতো অতি লজ্জাজনক ঘটনা ৷ এই ঘটনাই চৰকাৰৰ জনবিৰোধী ফেচিষ্ট চৰিত্ৰ উদঙাই দেখুৱাইছে বুলি মত ব্যক্ত কৰিছে আছু নেতাজনে ৷ আনহাতে 'কা' আন্দোলনৰ বাবে ওলোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলক শ্বহীদ ন্যাসত আৱদ্ধ কৰি ৰখা কাৰ্যকো ধিক্কাৰ দিছে অনুপজ্যোতি ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Online marriage registration कैसे करें I Utility news
Online marriage registration कैसे करें I Utility news
Moto Razr 40 Ultra का ग्लेशियर ब्लू कलर वेरिएंट भारत में लॉन्च, जानें कीमत और फीचर्स
Moto Razr 40 Ultra Glacier Blue Colour मोटो रेजर 40 अल्ट्रा ग्लेशियर ब्लू सिंगल वेरिएंट यानी 8GB...
Safai Medical University Ragging Issue | Chat with Students | ABP Ganga
Indore MGM College Ragging