চাপৰমুখ বি বি হানচাৰিয়া HS বিদ্যালয় ৰ সন্মুখত উদ্যমী ব্যবসায়ী মনোজ বৰাৰ দ্বাৰা স্থাপিত ডলফিন শিক্ষাৰ্থী বিপনী, ডিজিটেল সেৱা,কিটচেন পইন্ট আৰু ৰন ইন্ধনCSC পইন্টৰ উদ্বোধন ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰে।

     উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী জনাৰ্দন শইকীয়া,ৰন ইন্ধন গেছৰ স্বতাধিকাৰী মহেন্দ্ৰ হাজৰিকা সহ উদ্যমী ব্যবসায়ী মনোজ বৰাৰ পৰিয়াল বৰ্গ,স্থানীয় ৰাইজ আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।