CAA আন্দোলন ৰোধ কৰাৰ চেষ্টা আৰু AJYCP ৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক গ্ৰেপ্তাৰ কৰি গণতান্ত্ৰিক আন্দোলন ৰোধ কৰা প্ৰচেষ্টা কাৰ্যক অসম চৰকাৰক ধিক্কাৰ আছুৰ। আছুৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অনুপজ্যোতি ভূঞাই পলাশ চাংমাইক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহনা দি কয় যে অসমৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ হকে মাত মাতিবলৈ যাওঁতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকজনক গ্ৰেপ্তাৰ কৰাতো অতি লজ্জাজনক ঘটনা ৷ এই ঘটনাই চৰকাৰৰ জনবিৰোধী ফেচিষ্ট চৰিত্ৰ উদঙাই দেখুৱাইছে বুলি মত ব্যক্ত কৰিছে আছু নেতাজনে ৷ আনহাতে 'কা' আন্দোলনৰ বাবে ওলোৱা সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলক শ্বহীদ ন্যাসত আৱদ্ধ কৰি ৰখা কাৰ্যকো ধিক্কাৰ দিছে অনুপজ্যোতি ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जयपुर में RSS से जुड़े 10 लोगों को चाकू घोंपा:मंदिर में जागरण के दौरान हमला
जयपुर के एक मंदिर में जागरण में गुरुवार रात चाकूबाजी में राष्ट्रीय स्वयंसेवक संघ (RSS) से जुड़े 10...
PM 27 અને 28 ઓગષ્ટ બે દિવસ ગુજરાતના પ્રવાસે
#buletinindia #gujarat #gandhinagar
हरियाणा में बीजेपी-कांग्रेस का घोषणा पत्र तैयार:भाजपा का अमित शाह कल करेंगे जारी; कांग्रेस का 2 फेज में आएगा
हरियाणा विधानसभा चुनाव को लेकर कांग्रेस और बीजेपी ने अपने-अपने घोषणा पत्र तैयार कर लिए हैं। भाजपा...
राजस्थान में सस्ता होगा पेट्रोल-डीजल! बजट में हो सकती है वैट कम करने की घोषणा
राजस्थान में आज भजनलाल सरकार वित्तीय वर्ष 2024-25 का अपना पहला पूर्ण बजट पेश करेगी. वित्त मंत्री...
কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ বাসভৱনলৈ আহি গীত গালে সংগীতশিল্পী উদিত নাৰায়ণে ।।
৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজনীতিক আৰু সংগীতশিল্পীৰ মহামিলন ।। কেন্দ্ৰীয়মন্ত্ৰী...