17 August 2022 আজি পূৱা মৰিয়নিৰ জাঁজী নদীত পানী আনিবলৈ গৈ জাঁজী নদীত সন্ধানহীন হোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।এছ ডি আৰ এফে জাঁজী নদীত চলোৱা অভিযানৰ পিছতে মিণ্টু দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।দুৰ্ভাগীয় মিণ্টু দাসৰ ঘৰ আদৰ্শ ভূঞাহাট গাৱঁত ।