আজি ১৭ জানুৱাৰী শুকুৰ বাৰে ৰূপকোৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু বাৰ্ষিকীত মৰাণৰ জ্যোতিপুৰ অঞ্চলৰ নৱগঠিত সাংস্কৃতিক অনুষ্ঠান "জ্যোতিপুৰ সাংস্কৃতিক।মঞ্চৰ উদ্যোগত দিনটো ওলহ-মালহেৰে পালন কৰা হয়।পুৱা প্ৰভাত ফেৰী, ১০বজাৰ পৰা বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলীঅনুষ্ঠান, আৰু গীতে -মাতে অন্তৰঙ্গ অনুষ্ঠানত অঞ্চলটোৰ কণ কণ শিশু সকলৰ উপৰিও অঞ্চলটোৰ শিল্পী আৰু মঞ্চৰ সদস্য সকলে আজিৰ দিনটোত ৰূপকোৱৰ জনাক স্মৰণ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાત માટે આગામી 5 દિવસ અતિભારે વરસાદ આગાહી
ગુજરાતમાં છેલ્લા કેટલાંક દિવસોથી વરસાદનું જોર ઘટી ગયું હતું. પરંતુ હવે ફરીવાર હવામાન વિભાગે આગામી...
ડીસાના માલગઢમાં ડીસાથી ચિત્તોડગઢ અને સોનાણા ખેતલાજી લક્ઝરી બસ દ્વારા સંઘ નિમિત્તે બેઠક યોજાઇ
ડીસા સહીત સમગ્ર બનાસકાંઠામાં ગેલોત પરિવાર (માળી સમાજ) દ્વારા ડીસાથી ચિત્તોડગઢમાં બિરાજમાન માં...
Breaking News: Bihar में बाढ़ को लेकर हाई अलर्ट, Nepal में भारी बारिश से उफान पर नदियों | Aaj Tak
Breaking News: Bihar में बाढ़ को लेकर हाई अलर्ट, Nepal में भारी बारिश से उफान पर नदियों | Aaj Tak
গহপুৰ নগৰৰ মাজমজিয়াৰ টাউন স্কুলৰ কাষত থকা "এছিয়ান ইনফ'টেক কম্পিউটাৰ
গহপুৰ নগৰৰ মাজমজিয়াৰ টাউন স্কুলৰ কাষত থকা "এছিয়ান ইনফ'টেক কম্পিউটাৰ এডুকেশ্বন"প্ৰতিষ্ঠানত ৫০%...