ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক বৃক্ষ ৰোপন আচনিৰ অন্তৰ্গত "শ্যামলী চৌহদ" কাৰ্যসূচীৰ লগত সংগতি ৰাখি জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয়। মহাবিদ্যালয়খনৰ অধক্ষ্য অজিত হাজৰিকাই শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ পাছত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজে মহাবিদ্যালয় খনৰ চৌহদত সৰ্বমুঠ ৭৫ জোপা ফলমুলৰ লগতে বিভিন্ন গছৰ পুলি ৰোপন কৰে।মহাবিদ্যালয়ৰ পৰিবেশ আৰু জলবায়ু কোষৰ দ্বাৰা এই কাৰ্যসূচী ৰূপায়ন কৰা হয়। সমগ্ৰ অসমতে যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এই কৰ্মসূচী অহা ১৫ আগষ্টলৈকে অব্যাহত থাকিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
हिवरसिंगा मध्ये डेंग्यू साथरोगाचे थैमान-वैद्यकिय अधिकारी यांना निवेदन
कायमस्वरूपी आरोग्यसेवकाची नियुक्ती करा शिवसंग्राम ची मागणी
शिरूर प्रतिनिधी:-...
Google Pixel 9 series लॉन्च से पहले सस्ती हुई Pixel 7 series, 33 हजार रुपये से कम शुरुआती दाम
गूगल Pixel 9 series लॉन्च करने जा रहा है। Pixel 9 series के फोन 14 अगस्त को लॉन्च किए जा रहे हैं।...
ક્યાં કારણથી ઘરમાં અચાનક આગ લાગી...
ક્યાં કારણથી ઘરમાં અચાનક આગ લાગી...
DEESA/ડીસા આખોલ હાઇવે પર રાત્રે દરમિયાન ફરીથી તસ્કરો તરખાટ મચાવ્યો..
DEESA/ડીસા આખોલ હાઇવે પર રાત્રે દરમિયાન ફરીથી તસ્કરો તરખાટ મચાવ્યો..