চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ ব্যতিক্ৰমী পদক্ষেপ।আজি পুৱাই চাইকেল চলাই ঘৰে ঘৰে যাওঁ বলক শিৰ্ষক কাৰ্য্যসূচী ৰূপায়ন। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই সমষ্টি বাসীৰ বাবে লৈছে বিশেষ পদক্ষেপ। পুৱাই চাইকেল মাৰি সমষ্টি বাসীৰ ঘৰে ঘৰে বিধায়ক গৰাকী। উল্লেখ্য যে চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লখৰা পঞ্চায়তৰ ধাৰিকাটিৰ পৰা চাইকেল মাৰি বিধায়ক গৰাকীয়ে অঞ্চলটোৰ সকলোৰে ঘৰে ঘৰে উপস্থিত হৈ জল জীৱন মিচন,চৰকাৰী ঘৰ,ৰাষ্টাঘাট আদি কামসমূহৰ লগতে সকলোৱে চৰকাৰী আচনিৰ সা-সুবিধা কেনেদৰে লাভ কৰিছে বা আচনিসমুহ সঠিক ভাবে ৰূপায়ন হৈছে নে নাই সেই সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰে ।লগতে চাৰিদুৱাৰৰ ঢাৰিকাঠিত এখন স্কুলগৃহৰ নতুনকৈ নিৰ্মান কৰিবলগীয়া কোঠালীৰ আধাৰশিলা স্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Pathan Movie Review Live: 'पठान' के खिलाफ हिंदू संगठनों ने किया जोरदार प्रदर्शन, छात्रों ने जलाए फिल्म के पोस्टर्स
शाहरुख खान और दीपिका पादुकोण स्टारर ‘पठान’ आज बड़े पर्दे पर रिलीज हो गई है. फिल्म को...
Delhi News | મહિલા આયોગમાં ગોપાલ ઇટાલિયાની હાજરી | viral video | Gujarat News
Delhi News | મહિલા આયોગમાં ગોપાલ ઇટાલિયાની હાજરી | viral video | Gujarat News
Maharashtra Politics: Modi Cabinet में शामिल होंगे Sharad Pawar? Sanjay Raut ने Ajit पर साधा निशाना
Maharashtra Politics: Modi Cabinet में शामिल होंगे Sharad Pawar? Sanjay Raut ने Ajit पर साधा निशाना