মৰানৰ কুশল নগৰ স্থিত এল এল ডান্স একাডেমীত আজি ৰাষ্ট্ৰীয় টিভি চেনেল জিটিভিৰ দ্বাৰা পৰিচালিত হোৱা ডান্স ইণ্ডিয়া ডান্স লিটল মাষ্টাৰ ৰিয়েলিটি শ্ব ৰ চিজন পাচ ৰ ফাৰ্ষ্ট ৰানাৰ্চ আপ নৱজিৎ নাৰ্জাৰী আৰু ছেকেণ্ড ৰাৰ্নাচআপ আধ্যাশ্ৰী উপাধ্যায় উপস্থিত হয়। এল এল।ডান্স একাডেমীত দুই বিজয়ীক একাডেমিৰ ফালৰ পৰা সম্বৰ্ধনা ও শুভেচ্ছা জ্ঞাপন কৰে দুইলিটলমাষ্টাৰ ডান্স একাডেমীত উপস্থিত হৈ উৎফুল্লিত হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ather Energy ने शुरू किया ExpressCare Service Program, केवल 60 मिनट में होगी ई-स्कूटर की सर्विस
Ather Energy का कहना है कि सर्विस क्वालिटी पर कोई समझौता नहीं किया जाएगा। इसको लेकर एथर ने अपने...
ভূৰাগাঁৱৰ হাতীলৰুৱা পথাৰ গাঁৱত টমটম দূৰ্ঘটনাগ্ৰস্ত
ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱত আজি সংঘটিত হয় এক টমটম দূৰ্ঘটনা। মথাউৰিৰ ওপৰত...
Thrills Fun Park || Amusement water Park || Shilllong| Meghalaya
Thrills Fun Park || Amusement water Park || Shilllong| Meghalaya