ওদালগুৰি, ১৭ আগষ্ট:- ৰাজ্য চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সৌজন্যত আৰু টংলা আঞ্চলিক সমিতিৰ উদ্যোগত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ দাঁতিত অনুষ্ঠিত প্ৰতিবাদস্থলীত জিলা সমিতিৰ সভাপতি কণ্ঠ কুমাৰ দাস, উপ সভাপতি নিলয় চলিহা আৰু ভাৰপ্ৰাপ্ত সাধৰণ সম্পাদক দেৱজিৎ দাসৰ নেতৃত্বত অনুষ্ঠিত গণ অৱস্থান কাৰ্যসূচীৰ জৰিয়তে অসমৰ প্ৰতিখন বিদ্যালয়ত প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান নতুনকৈ স্থাপন কৰা, সকলো চৰকাৰী শিক্ষানুষ্ঠানত শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবী জনায় ৷বিদ্যালয়ত ইংৰাজী মাধ্যম প্ৰয়োগৰ প্ৰতিবাদত ওদালগুৰিত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा जिला कलक्टर ने सांगोद में की जनसुनवाई, पंचायत समिति परिसर में किया पौधरोपण
सांगोद
जिला कलक्टर रविन्द्र गोस्वामी गुरूवार को सांगोद पहुंचे। यहां उन्होंने प्रधान जयवीर...
સિહોર ની ઈશા કોતરે નંબર મેળવો
પોલીસ દ્વારા શરૂ કરાયેલ લોક ( ઉપયોગી સેવા e FIR એ ગુજરાતના નાગરિકો સાથે બનેલા બનાવોને ઝડપથી :...
ये हैं ज्यादा माइलेज देने वाली SUV, लिस्ट में Maruti से लेकर Hyundai तक की गाड़ियां शामिल
Top Mileage SUVs अगर आप एक SUVs गाड़ी लेने का प्लान बना रहे हैं वो भी बेहतर माइलेज देने वाली तो...
ખંભાતના બસસ્ટેન્ડની કેન્ટિંનમાં ત્રીજી વખત ચોરી ! પોલીસ પેટ્રોલિંગની પ્રબળ માંગ.
ખંભાતમાં દિવાળી સહિત તહેવારોના નજીકનાં દિવસોમાં તસ્કરો વધુ સક્રિય થતાં હોય છે.ચોરીઓ ના બનાવો વધતા...
ડીસાના જૂનાડીસામાં જીલ્લા વિકાસ અધિકારીએ ઓચિંતી મુલાકાત લીધી
બનાસકાંઠા જિલ્લા વિકાસ અધિકારીએ આજે ડીસા તાલુકાના જુનાડીસા ગામની ઓચિંતી મુલાકાત લીધી હતી. ગ્રામ...