হোজাইত সোমবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।কালিনগৰ অঞ্চলৰ এঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডক লৈ অঞ্চলটোত সৃষ্টি হৈ হাহাকাৰ পৰিস্থিতিৰ।।শান্তিসেন নামৰ লোকজনৰ মাটিত থকা টুনটুন চাহুৰ ঘৰত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ।অগ্নিকাণ্ডত ঘৰটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হোৱাত ক্ষতি হৈছে প্ৰায় পাঁচ লক্ষাধিক টকাৰ সামগ্ৰী। উক্ত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰন জানিব পৰা হোৱা নাই যদিও শ্বটচাকেটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কৰা হৈছে সন্দেহ। পৰবৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাত সমীপৰ আন কেইবাটাও গৃহ ৰক্ষা পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Commodity Market | शहरों में Gold की खरीदारी 63% बढ़ी, चांदी के गहने के साथ हीरे की भी बढ़ी मांग
Commodity Market | शहरों में Gold की खरीदारी 63% बढ़ी, चांदी के गहने के साथ हीरे की भी बढ़ी मांग
આમોદ તાલુકાના જુના કોબલા ગામે યુવાનને મગર પાણીમાં ખેંચી જતા મોત
આમોદ તાલુકાના જુના કોબલા ગામે યુવાનને મગર પાણીમાં ખેંચી જતા મોત
गोदाम के बाहर खड़े लोडिंग वाहन से फूड ऑयल के कार्टून चुराने वाला शातिर चोर गिरफ्तार
कैथूनीपोल थाना पुलिस ने लोडिंग वाहन से फूड ऑयल के कार्टून चुराने के मामले में कार्रवाई करते हुए...
જુનાડીસા ગામે નકલી ઈન્કમટેકસ અધિકારી બની ઠગાઈ કરી ફરાર થનાર આરોપીઓને તાલુકા પોલીસ સ્ટેશનમાં લવાયા
જુનાડીસા ગામે નકલી ઈન્કમટેકસ અધિકારી બની ઠગાઈ કરી ફરાર થનાર આરોપીઓને તાલુકા પોલીસ સ્ટેશનમાં લવાયા