হোজাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। দিনে নিশাই হাতীৰ জাকে তাণ্ডৱ চলাই থকাৰ পাছতো নীৰৱ নিৰ্বিকাৰ বন বিভাগ। আজি পুৱাই লংকাৰ পাঁচভাণ্ডাৰ অঞ্চলতো দেখা গৈছে বনৰীয়া হাতীৰ মুক্ত বিচৰন। অঞ্চলটোৰ লোকনিৰ্মাণ বিভাগৰ পথ অতিক্ৰম কৰি ধাননি পথাৰৰ মাজেৰে হাতীৰ জাকে বিচৰন কৰাত আতংকিত হৈ পৰে অঞ্চলটোৰ লোকসকল। মুঠৰ ওপৰত হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে বন বিভাগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कांग्रेस नेता केसरी अहिरवार बाधाएं घाट भागवत कथा श्रवण करने जाते समय रास्ते में बलराम पटेल एवं उनकी पत्नी का एक्सीडेंट हो गया था उनको अपने वाहन से अमानगंज अस्पताल पहुंचाया
गुनौर : आज दिनांक 27 अप्रैल को बाधाएं घाट भागवत कथा श्रवण करने जाते समय गुनौर विधानसभा अंतर्गत...
તેલંગાણાના મુખ્યમંત્રી KCR આજે બિહારની મુલાકાતે, BJPના ‘ચાણક્ય’ની રમત બગાડવા તૈયાર થશે રણનીતિ!
દેશમાં આગામી લોકસભા ચૂંટણી 2024માં છે, પરંતુ તેને લઈને હોબાળો પહેલાથી જ દેખાઈ રહ્યો છે. આ વખતે...
ડાયમંડ સિટી સુરત ખાતે ₹3400 કરોડના અનેકવિધ વિકાસકાર્યોનું લોકાર્પણ અને ખાતમુહૂર્ત
ડાયમંડ સિટી સુરત ખાતે ₹3400 કરોડના અનેકવિધ વિકાસકાર્યોનું લોકાર્પણ અને ખાતમુહૂર્ત
বৰঝাৰ বিমানবন্দৰত সৰ্বানন্দ সোনোৱালক বিপুল আদৰণি মৰিগাঁও জিলা বিজেপি আৰু মহিলা মৰ্চাৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ...