হোজাইত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। দিনে নিশাই হাতীৰ জাকে তাণ্ডৱ চলাই থকাৰ পাছতো নীৰৱ নিৰ্বিকাৰ বন বিভাগ। আজি পুৱাই লংকাৰ পাঁচভাণ্ডাৰ অঞ্চলতো দেখা গৈছে বনৰীয়া হাতীৰ মুক্ত বিচৰন। অঞ্চলটোৰ লোকনিৰ্মাণ বিভাগৰ পথ অতিক্ৰম কৰি ধাননি পথাৰৰ মাজেৰে হাতীৰ জাকে বিচৰন কৰাত আতংকিত হৈ পৰে অঞ্চলটোৰ লোকসকল। মুঠৰ ওপৰত হাতীৰ তাণ্ডৱ ৰোধত ব্যৰ্থ হৈছে বন বিভাগ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विद्युत कार्मिको ने जिला कलैक्टर को दिया ज्ञापन, 21 अगस्त को विद्युत भवन का घेराव करने की चेतावनी
छबड़ा। राजस्थान विद्युत तकनीकी कर्मचारी एसोसिएशन के आव्हान पर बुधवार को कार्यकारी जिलाध्यक्ष...
સાઇબર સેલ ક્રાઇમ : કેનેડા વિઝા બાબત લાખોની છેતરપીંડી કરતા એક આરોપીની ની ધરપકડ #social_media_sandesh
સાઇબર સેલ ક્રાઇમ : કેનેડા વિઝા બાબત લાખોની છેતરપીંડી કરતા એક આરોપીની ની ધરપકડ #social_media_sandesh
তিনিচুকীয়া পৌৰসভাৰ ১নং ৱাৰ্ডত উপস্থিত শ্ৰম মন্ত্ৰী সঞ্জয় কিষান
তিনিচুকীয়া পৌৰসভাৰ ১নং ৱাৰ্ডত দেওবাৰে উপস্থিত হয় তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয়...
ભાભર ના અબાલા પાસે અકસ્માત સર્જાયો...
ભાભર ના અબાલા પાસે અકસ્માત સર્જાયો...