ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাধা গ্ৰান্ত,দুলীয়াবাম, নতুন ভৰালী,ডিৰাই চাহ বাগিচা, ৰাজগড় চাহ বাগিচা ৰ নৱ নিৰ্মিত আদৰ্শ অংগনৱাড়ী কেন্দ্র উদ্বোধন কৰে টিংখাং সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাই। এই অংগনৱাড়ী কেন্দ্ৰত শিশুসকলৰ লগতে প্ৰসূতি মাতৃ সকলৰ স্বাস্থ্যৰ যতন লোৱা হয়। শিশুসকলক এই কেন্দ্ৰসমূহৰ জৰিয়তে সর্বতোপকাৰৰ জ্ঞানৰ ধাৰণা দি উচ্চ শিক্ষা গ্ৰহণৰ বাবে উপযুক্ত কৰি গঢ়ি তোলা হয়। অনুষ্ঠান সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া দুদু দত্ত, মৰাণ ৰাজহ চক্ৰ বিষয়া, টিংখাং ৰাজহ চক্ৰ বিষয়া, টিংখাং উন্নয়ন খণ্ড বিষয়া ৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী আৰু সন্মানীয় ব্যক্তি সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lok Sabha Election 2024: वोटिंग से पहले ही BJP ने जीत ली ये लोकसभा सीट, पढ़ें क्या है इसके पीछे का कारण
Lok Sabha Election 2024 लोकसभा चुनाव 2024 के नतीजे 4 जून को आने है, लेकिन इससे पहले ही भाजपा...
দেওমৰনৈ বড়িগাঁৱত সাংস্কৃতিক অনুষ্ঠান "গীতে মাতে এসন্ধ্যা"-
কুৰিগৰাকী শিল্পীয়ে আপ্লুত কৰিলে দৰ্শকক
দেওমৰনৈ বড়িগাঁৱত সাংস্কৃতিক অনুষ্ঠান গীতে মাতে এসন্ধ্যাঃ কুৰিগৰাকী শিল্পীয়ে আপ্লুত কৰিলে...
દીયોદર કોંગ્રેસ ની સભા..
દીયોદર કોંગ્રેસ ઉમેદવાર શિવાભાઈ ભુરીયા ના સમર્થનમાં આઝાદ ચોક દિયોદર ખાતે જાહેર સભામાં બહોળી...
50 प्रतिशत भारतीय यूजर बिना काम के बार-बार निकालते हैं फोन, रिपोर्ट में हुआ चौंकाने वाला खुलासा
रिपोर्ट में कहा गया है कि हर दो में से एक भारतीय यूजर आदत के कारण बार-बार पॉकेट से फोन निकालते...