সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। 

সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিৰ লাচিত উদ্যানত গণ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।তৃতীয়মান শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদান বাতিল, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত প্ৰাথমিক বিদ্যালয়ত মাতৃ ভাষাৰ ব্যৱস্থা, প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী শিক্ষকৰ ব্যৱস্থা আৰু ৰাজ্যেৰ প্ৰতি ৫ কিলোমিটাৰত বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।