দেৱালীৰ আনন্দ ম্লান পৰিল হৰপ্ৰিতৰ। দেৱালীৰ আনন্দৰ মাজতে শুকুৰবাৰে ঘটিল ভয়ংকৰ ঘটনা। শুকুৰবাৰে নিশা সংঘটিত এই ঘটনাত নষ্ট হ'ল লক্ষাধিক টকাৰ সামগ্ৰী। নামতোলা ৰ'ডৰ এখন দোকানৰ স্বত্বাধিকাৰী হৰপ্ৰিত সিঙে কি ক'লে ঘটনা সন্দৰ্ভত। চাওক শেষলৈকে।