অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে শিশুৰ শাৰীৰিক মানসিক বিকাশৰ স্বাৰ্থত এচঅপিডি পুঁজিৰ ২৫ লক্ষ টকা ব্যয়ৰে মাহমৰা সমষ্টিত ৬টা কৈ নিৰ্মাণ কৰা আদৰ্শ অংগণৱাড়ী কেন্দ্ৰ মঙ্গলবাৰে স্হানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনে আনুষ্ঠানিকভাৱে মুকলি কৰে। কেন্দ্ৰসমুহ মুকলি কৰি দিয়া ভাষণত মন্ত্ৰী গৰাকীয়ে আন্ত:গাঁথনি উন্নয়নৰ এনে প্ৰচেষ্টাৰ যোগেদি শিশুসকলৰ বিকাশ ত্বৰান্বিত হ'ব বুলি আশা ব্যক্ত কৰে। তেওঁ সমষ্টিটোৰ অন্তৰ্গত খনিকৰ লুখুৰাসন, খাৰঘৰীয়া দেওধাই, বনমালি, ডিপ্লিং পথাৰ-খ, কলমাটি আৰু চোলাধৰা খনিকৰ আদি আন ছটা নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ কেন্দ্ৰও মঙ্গলবাৰে মুকলি কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધારી:-બે વરસ પેહલા બનેલા ડામરરોડની હાલત દયનીય બનતા ઢાંક પીછોડા શરૂ
ધારી:-બે વરસ પેહલા બનેલા ડામરરોડની હાલત દયનીય બનતા ઢાંક પીછોડા શરૂ
બીન ખેતીના બોગસ હુકમ ના કેસ મા રૂપચંદ સેવકાણી ની કાયમી જામીન અરજી હાઈકોર્ટે મંજુર કરી
ગુજરાત હાઈકોર્ટ ના જસ્ટીસ ડી એ જોશી દ્વારા ગુજરાત રાજ્ય ની હદ નહિ છોડવા, છ માસ સુધી દર આંતરે...
তামুলপুৰৰ কুমাৰীকাটাত মাছ মাৰিবলৈ গৈ মৃত্যু এজনৰ
তামুলপুৰৰ কুমাৰীকাটাত মাছ মাৰিবলৈ আহি এজনৰ মৃত্যু ।
আজি বিয়লি কুমাৰিকাটা আৰক্ষী চকীৰ অধিনৰ...
સાબરમતી નદીમાં સતત પાણીની આવક
#buletinindia #gujarat #ahmedabad