শণিবাৰে শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত ৰাজীৱ ভৱনত এক গাম্ভীৰ্য্যপূৰ্ণ কাৰ্য্যসূচীৰে শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহন কৰে ভাৰতী শইকীয়াই। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াকে আদি কৰি শিৱসাগৰ জিলা কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছৰ বহুকেইগৰাকী বিষয় ববীয়াৰ উপস্থিতিত ভাৰতী শইকীয়াক দায়িত্ব দিয়া হয় শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
"CEAT ISRL Grand Finale: Bangalore to Witness High-Octane Action and Championship Showdown"
Bangalore, February 21, 2024:
"CEAT ISRL Grand Finale: Bangalore to Witness High-Octane Action...
सड़क दुर्घटना में सबसे अधिक टेस्ला कार चालक शामिल, प्रति 1,000 चालकों पर 23.54 दुर्घटनाएं की
अमेरिका में पिछले साल किसी भी अन्य ब्रांड के वाहन चालकों की तुलना में टेस्ला कार चालकों के अधिक...
শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰীতি সন্মিলন উদ্যাপন।
শিৱসাগৰ পিয়লি ফুকন ষ্টেডিয়ামত দেওবাৰে পুৱাৰ পৰা অনুষ্ঠিত হয় অসম জ্যেষ্ঠ নাগৰিক সন্মিলন জিলা...
અરવલ્લી જિલ્લાના ભિલોડા ઘટક -3 ના વાંકાનેર સેજા માં ભુતાવાડ ગામ આંગણવાડી કેન્દ્રના કાર્યકર બહેન દ્વારા બાળકો સાથે રહી શ્રીગણપતિ ની મૂર્તિ બનાવી.
અરવલ્લી જિલ્લાના ભિલોડા ઘટક -3 ના વાંકાનેર સેજા માં ભુતાવાડ ગામ આંગણવાડી કેન્દ્રના કાર્યકર બહેન...