আজি পুৱা ৮.৩০ বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাননীয় সাংসদ শ্ৰীযুত প্ৰদান বৰুৱা ডাঙৰীয়া আৰু মাননীয় বিধায়ক শ্ৰীযুত ভুবন গাম, জিলা উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অন্যান্য বিষয়া সকলৰ উপস্থিতিত জিলা পৰিকল্পনা আয়োগৰ বৈঠকখন অনুস্থিত কৰা হয়। বৈঠকখনৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ৰূপায়ন হ'ব লগা আচঁনিসমূহৰ বিষয়ে বিতং আলোচনা কৰা হয়।বিয়লি ৩.৩০ বজাত উপায়ুক্তকে প্ৰমূখ্য কৰি জিলা প্ৰশাসনৰ বিষয়া মণ্ডলী, জিলাখনৰ মহাবিদ্যালয়ৰ অধ্যক্ষসকল, মাষ্টাৰ ট্ৰেইনাৰ আৰু চুপাৰভাইজাৰ সকলৰ উপস্থিতিৰ সমাগত "অৰুণোদয় মাহ" সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুস্থিত কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डाॅ.प्रकाशजी डाके आणि डाॅ.भगवानदादा धुतमल नागरी सत्कार सोहळा संपन्न
परभणी:सर्वधर्मीय फुले शाहू आंबेडकर जयंती महोत्सव समिती आणि विविध सामाजिक संघटनांच्या वतीने म.फुले...
ગારીયાધાર એસ ટી ડેપો દ્વારા 10 બસો નિષ્કલંક મહાદેવ ના મંદિર જાવા માટે ફાળવાઈ
ગારીયાધાર એસ ટી ડેપો દ્વારા 10 બસો નિષ્કલંક મહાદેવ ના મંદિર જાવા માટે ફાળવાઈ
ಹೆಚ್.ಡಿ.ಕುಮಾರಸ್ವಾಮಿ ಅವರು ಹತಾಶರಾಗಿದ್ದಾರೆ ಎಂದ ಮುಖ್ಯಮಂತ್ರಿ ಸಿದ್ದರಾಮಯ್ಯ
ಬೆಂಗಳೂರು: ಸಾರಿಗೆ ಇಲಾಖೆ ಚಾಲಕರು ಆತ್ಮಹತ್ಯೆ ಯತ್ನ ಮಾಡಿಕೊಂಡಿದ್ದು,ಅದಕ್ಕೆ ಸಚಿವ ಚೆಲುವರಾಯಸ್ವಾಮಿ ಕಾರಣ ಎಂದು...
বোকাজানত শিক্ষাৰ্থী আৰু ৰোগীৰ মাজত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা চেক বিতৰণ।
বোকাজানত শিক্ষাৰ্থী আৰু ৰোগীৰ মাজত মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰা চেক বিতৰণ।