অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ,কবি, সাহিত্যিক , নাট্যকাৰ , সমাজ সংস্কাৰক তৰুণ চন্দ্ৰ পামেগামৰ প্ৰতিমূৰ্তি উন্মোচন আৰু ৩৮ সংখ্যক মৃত্যু বাৰ্ষিক পালনৰ ব্যৱস্থা কৰিছে মিচিং স্বায়ত্ত্বশাসিত পৰিষদে ৷ এই উপলক্ষে গড়মুৰৰ মেপ -আকমত এখন সভা অনুষ্ঠিত কৰি উদযাপন সমিতি গঠন কৰে ৷ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ উদ্যোগত ২৯ আৰু ৩০ আগষ্টত আয়ম্বৰপূৰ্ণ ভাৱে দুদিনীয়াকৈ আয়োজন কৰিছে ৷ গড়মুৰৰ বংশীগোপাল নাট্য মণ্ডিৰত অনুষ্ঠিত হব লগা এই অনুষ্ঠানত সকলো ৰাইজৰ পূৰ্ণ সহায় - সহযোগিতা কামনা কৰিছে উদযাপন কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi की हवा कितनी प्रदूषित, Yamuna River से देखिए ये रिपोर्ट | Delhi Pollution | Air Pollution
Delhi की हवा कितनी प्रदूषित, Yamuna River से देखिए ये रिपोर्ट | Delhi Pollution | Air Pollution
শাৰদীয় দুৰ্গোৎসৱৰ মাজতে গোলাঘাটবাসীৰ বাবে এটা সুখবৰ !
ʼস্বচ্ছ সৰ্বেক্ষণ ২০২২'ত ২৫০০০ হাজাৰৰ পৰা ৫০০০০ জনসংখ্যাৰ পৌৰ এলেকাৰ ভিতৰত গোলাঘাট পৌৰসভাই সমগ্ৰ...
કાદવાળી નેસ પાસે સિંહે કર્યો કિશોર પર હુમલો
કાદવાળી નેસ પાસે સિંહે કર્યો કિશોર પર હુમલો
વિસાવદરના કાદવાળી નેસ પાસે રહેતા પરિવારનો કિશોર ભેંસ...
मोटापा कैसे घटाना -जानते है - डॉ सुमित्रा जी से
शारीरिक मेहनत के अनुरूप कैलोरी की आवश्यकता पड़ती है। अतिरिक्त कैलोरी से शरीर में चर्बी जमा होने...