উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১১ বজাত উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ পৌৰাহিত্যত, ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত বোমা বিস্ফোৰণত নিহত ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকসকলৰ স্মৃতিত এখন শোক সভা অনুষ্ঠিত কৰি সকলো ধৰণৰ হত্যা, হিংসাৰ বিৰুদ্ধে শপত গ্ৰহণ কৰা হয় | আজিৰ শোকসভাত জিলা উপায়ুক্তৰ উপৰিও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু, অতিৰিক্ত উপায়ুক্ত সকল, চক্ৰ বিষয়া সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু কৰ্মচাৰীৰ সকল উপস্থিত থাকে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৰাণীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশন
তিনিদিনীয়া বৰ্ণাঢ়্য কাৰ্যসূচীৰে তৰাণীত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিল’বাৰী আঞ্চলিক সমিতিৰ সপ্তম...
হোজাইত চুৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য
হোজাইত চুৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সাফল্য। যানবাহন আৰক্ষীৰ অভিযানত চুৰি সামগ্ৰী সহ গ্ৰেপ্তাৰ হৈছে...
Manoj Tiwari EXCLUSIVE: मनोज तिवारी के गाने पर शुरू हुई राजनीति, Kejriwal पर क्या बोले मनोज तिवारी?
Manoj Tiwari EXCLUSIVE: मनोज तिवारी के गाने पर शुरू हुई राजनीति, Kejriwal पर क्या बोले मनोज तिवारी?
पंचायत समिति मुख्यालय द्वारा ग्राम पंचायत के विरुद्ध जाँच कार्य में अनियमिता के विरुद्ध आरटी आई कार्यकर्त्ता फिर धरने पर
अलीगड़. पंचायत समिति मुख्यालय पर बिलोता ग्राम पंचायत द्वारा कराये गए कार्यों में हुई अनियमिताओं को...
30 वा आदिवासी सांस्कृतिक एकता महासम्मेलन 2023 गुजरात
30 वा आदिवासी सांस्कृतिक एकता महासम्मेलन 2023 गुजरात