ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো আৰম্ভ হৈছে স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্য্যসূচী। জানিব পৰা মতে ১৭ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ লৈকে চলিব লগীয়া স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে হোজাইত ৰূপায়ন কৰা হৈছে কেইবাটাও অনুষ্ঠান। ইয়াৰ মাজতে আজি হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা ক্ৰীড়া বিভাগৰ যৌথ উদ্যোগত প্লাষ্টিক বৰ্জন সম্পৰ্কত এক সজাগতা মূলক চাইকেল ৰেলী বাহিৰ কৰা হয়। জিলা সদৰ শংকৰদেৱ নগৰ ক্ৰীড়া খেলপথাৰৰ পৰা আৰম্ভ কৰা এই ৰেলী বৰবহা অঞ্চলৰ পৰা ঘূৰি আহি খেলপথাৰত সামৰনি পৰে। উক্ত চাইকেল ৰেলীত হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ঋতুপৰ্ণ ফুকন, আৰু লামডিং উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বিকাশ কলিতাই অংশ লৈ অনুষ্ঠানত উপস্থিত থকা সকলক একোখনকৈ জুদ বেগ বিতৰন কৰি প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত লবলগীয়া পদক্ষেপ সন্দৰ্ভত সজাগ কৰা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাত কংগ্ৰেছক সমালোচনা কৰি কি ক'লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
মাহমৰাত কংগ্ৰেছক সমালোচনা কৰি কি কলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই
निपुण मेले में शास्त्री गांधी जयंती मनाई
राजकीय उच्च माध्यमिक विद्यालय सुवानिया में महात्मा गांधी व लाल बहादुर शास्त्री की जन्म जयंती मनाई...
MP Election 2023: कांग्रेस के जय और वीरू में लूट की होड़, मध्यप्रदेश को चौपट कहे जाने पर भड़के सीएम शिवराज
भोपाल। कमलनाथ का प्रदेश नहीं है, उनको मध्यप्रदेश से लगाव ही नहीं है, उनका नरा मध्य प्रदेश...
বঙাইগাঁও পুথিভঁৰালত উপস্থিত হৈ বিজেপি ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকা লগত KACৰ চীফ গোকুল বৰ্মণ ডাঙৰীয়াই সৌজন্যমূলক সাক্ষাৎ কৰে
অহাকালিৰ পৰা বঙাইগাঁও জিলা পুথিভঁৰালত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া ভাৰতীয় জনতা...