ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইতো আৰম্ভ হৈছে স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্য্যসূচী। জানিব পৰা মতে ১৭ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ লৈকে চলিব লগীয়া স্বচ্ছতা হী সেৱা শীৰ্ষক কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি ইতিমধ্যে হোজাইত ৰূপায়ন কৰা হৈছে কেইবাটাও অনুষ্ঠান। ইয়াৰ মাজতে আজি হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা ক্ৰীড়া বিভাগৰ যৌথ উদ্যোগত প্লাষ্টিক বৰ্জন সম্পৰ্কত এক সজাগতা মূলক চাইকেল ৰেলী বাহিৰ কৰা হয়। জিলা সদৰ শংকৰদেৱ নগৰ ক্ৰীড়া খেলপথাৰৰ পৰা আৰম্ভ কৰা এই ৰেলী বৰবহা অঞ্চলৰ পৰা ঘূৰি আহি খেলপথাৰত সামৰনি পৰে। উক্ত চাইকেল ৰেলীত হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা ঋতুপৰ্ণ ফুকন, আৰু লামডিং উপ সংমণ্ডলৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তা বিকাশ কলিতাই অংশ লৈ অনুষ্ঠানত উপস্থিত থকা সকলক একোখনকৈ জুদ বেগ বিতৰন কৰি প্লাষ্টিক ব্যৱহাৰ বন্ধ কৰাৰ ক্ষেত্ৰত লবলগীয়া পদক্ষেপ সন্দৰ্ভত সজাগ কৰা দেখা যায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bangladesh food crisis: बांग्लादेश में बढ़ती महंगाई की मार और कुपोषण के शिकार होते बच्चे (BBC Hindi)
Bangladesh food crisis: बांग्लादेश में बढ़ती महंगाई की मार और कुपोषण के शिकार होते बच्चे (BBC Hindi)
Most Expensive Electric Cars: ये हैं देश की सबसे महंगी EVs, लिस्ट में Mercedes से लेकर Porsche तक का नाम शामिल
EQS 53 में ट्विन इलेक्ट्रिक मोटर्स के साथ 400V 107.8 kWh लिथियम-आयन बैटरी पैक मिलता है जो संयुक्त...
નિવૃત જજના ઘરમાં તસ્કરો ત્રાટકયા, 1.27 લાખ ચોરી કરી ગયા અને ફ્રિજમાં રાખેલા જજ સાહેબના ડ્રાઇફૂટ પણ આરોગી ગયા !!
બારડોલી નગરમાં તસ્કરોએ એડી.ડિસ્ટ્રિક્ટ જ્જના બંધ ઘરને નિશાન બનાવી રોકડા રુપિયા 1.20 લાખ અને...
એજન્સી વિરુદ્ધ પગલાં ભરીને કાયદેસરની કાર્યવાહી કરવાની માંગ ફરિયાદ કર્તા રામદેવસિંહ ગોહિલે કરી હતી
એજન્સી વિરુદ્ધ પગલાં ભરીને કાયદેસરની કાર્યવાહી કરવાની માંગ ફરિયાદ કર્તા રામદેવસિંહ ગોહિલે કરી હતી
ક્યાં ગેરકાયદેસર ચાલતી કેમિકલ ફેક્ટરી ઝડપાઈ?
#buletinindia #gujarat #kalol