মাহমৰা সমষ্টিৰ মিলন গাওঁপঞ্চায়তৰ অন্তৰ্গত খনিকৰ লুখুৰাখন গাঁৱ আদৰ্শ অংগনৱাদী কেন্দ্ৰ শুভউদ্বোধন অনুষ্ঠান কাৰ্যসূচীত এনেদৰে কণ কণ শিশু সকলৰ মাজত দেখিবলৈ পোৱাগল মন্ত্ৰী যোগেন মহনক।