চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন গাওঁপঞ্চায়তৰ অন্তৰ্গত খনিকৰ লুখুৰাখন গাঁৱত অসম চৰকাৰৰ সমাজকল্যাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ অধীনত মাহমৰা উন্নয়ন খণ্ডৰ তত্বাৱধানত প্ৰায় ২৫ লাখ টকাৰ ব্যয়ৰে সাজি উলিওৱা আদৰ্শ অংগনৱাদী কেন্দ্ৰ শুভউদ্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে। এই শুভউদ্বোধন কাৰ্যসূচীত চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সুনাম দাস, সমাজ কল্যাণ বিভাগৰ বিষয়া, মিলন গাওঁপঞ্চায়তৰ সভাপতি নৱ বৰুৱাৰ লগতে মাহমৰা সমষ্টিৰ কেইবাটাও পঞ্চায়তৰ সভাপতি, সভানেত্ৰীৰ লগতে কেইবাগৰাকী বিষয়া উপস্থিত থাকে। এই আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভউদ্বোধন কৰি মন্ত্ৰী যোগেন মহনে এই কেন্দ্ৰৰ যোগেদি অঞ্চলটোৰ শিশুসকল সু নাগৰিক হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जेपी नड्डा ने पूर्व सेना प्रमुख दलबीर सिंह सुहाग से की मुलाकात
Rahul Gandhi in US कांग्रेस नेता राहुल गांधी अपने अमेरिका दौरे पर भाजपा और आरएसएस पर...
न्यायालय में विचाराधीन प्रकरणों को उपखण्ड अधिकारी न्यायालय बून्दी में स्थानान्तिरत कर शीघ्र सुनवाई के आदेश करने को लेकर कलेक्ट्रेट में एडीएम को ज्ञापन सौंपा
प्रार्थी जानकी लाल पुत्र नोताराम आयु 70 वर्ष निवासी हाल तिरूपत्ति विहार छत्रपूरा बून्दी की ओर से...
ભરતનગર વિસ્તારમાં ઇલેક્ટ્રિક શોક લાગતા માતા પુત્રનું મોત.
ભરતનગર વિસ્તારમાં ઇલેક્ટ્રિક શોક લાગતા માતા પુત્રનું મોત.
આણંદ જિલ્લા કલેકટરશ્રીનું સોજીત્રા ધારાસભ્યશ્રીએ કર્યું સ્વાગત
આણંદ જિલ્લા ભાજપા પ્રમુખ અને ૧૧૪-સોજીત્રા વિધાનસભાના લોકલાડીલા, સંવેદનશીલ અને પ્રજાવત્સલ...