স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা আমছুৰ মহিলাকোষৰ সহযোগত আজি চাউলখোৱাত অনুষ্ঠিত কৰা হয় বিনামূলীয়া চকু আৰু স্বাস্থ্য শিবিৰ। চাউলখোৱা লৰা মাদ্ৰাছাত অনুষ্ঠিত হোৱাৰ চিকিৎসা শিবিৰত অঞ্চলটোৰ দুশ পুৰুষ - মহিলা, বৃদ্ধ-বৃদ্ধাই বিনামূলীয়া চিকিৎসা শিবিৰত চিকিৎসা গ্ৰহন কৰে।আমছু ডিব্ৰুগড় জিলাৰ মহিলাকোষৰ সভানেত্ৰী পাৰবিন আলী , মানকটা পঞ্চায়তৰ সভাপতি দীপামণি হাজৰিকা, চৰকাৰী গাওঁবুুঢ়া ৰুবুল আলি, আমছুৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি আব্দুল ৰছিদকে ধৰি অন্য কেইবাগৰাকী বিষয়-ববীয়াই চিকিৎসা শিবিৰত অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়ায়। ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ পৰা অহাৰ চিকিৎসক, নাৰ্ছৰ উপস্থিতিত চিকিৎসা শিবিৰ সম্পন্ন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
विश्व आदिवासी दिवस पर भील समाज ने कार्यक्रम आयोजित कर निकाली शोभायात्रा
बून्दी। विश्व आदिवासी दिवस के उपलक्ष में शुक्रवार को बीबनवा रोड मोडू भवन में भील समाज द्वारा...
"NDA means N=New India, D=Development, A=Aspiration," says Prime Minister Narendra Modi
"NDA means N=New India, D=Development, A=Aspiration," says Prime Minister Narendra Modi while...
মৰানহাটত কাঠ ভৰ্তি ট্ৰাক, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিক্ৰিয়া
মৰানহাটত কাঠ ভৰ্তি ট্ৰাক, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিক্ৰিয়া
भारत बंद का असर, Bihar में ट्रेन की पटरी घेरी, Rajasthan, MP में स्कूल-कॉलेज बंद | Bharat Bandh
भारत बंद का असर, Bihar में ट्रेन की पटरी घेरी, Rajasthan, MP में स्कूल-कॉलेज बंद | Bharat Bandh
કેશોદ સફાઈ કામદારો ને 12 વર્ષ પહેલાં અપાયો હતો લોલીપોપ જ્યારે ફરી વખત પણ આવી જ સ્થતીના એંધાણ
જૂનાગઢ જિલ્લા ની કેશોદ નગરપાલિકા માં સફાઈ કામદારો ને મળવા પાત્ર હક્ક ચુકવવામાં ન આવતા હોય જેને...